জুৰীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী শাহানুৰ আলমক আটক

Breaking....

👉জুৰীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী শাহানুৰ আলমক আটক


👉জুৰীয়াৰ দগাওঁ পহৰা চকীৰ আৰক্ষীৰ অভিযানত লালুং গাৱৰ শাহানুৰ আলমক এটা চাবোনৰ বাকচ ভৰ্ত্তি( ১৪ গ্ৰাম ) ড্ৰাগছ সহ আটক কৰে আৰক্ষীয়ে
👉দগাওঁ শালপাৰা ৰেল আলীত ড্ৰাগছ বিক্ৰি কৰিবলৈ যোৱা শাহানুৰ আলম  জুৰীয়া লালুং গাঁৱৰ  ৰমজান আলীৰ পুত্ৰ 
👉শাহানুৰ আলমৰ লগত কোন কোন জড়িত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

Comments