এটা দুঃখবৰ
এটা দুঃখবৰ । বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু আমাৰ মাজত নাই ।
পুৱা ৯:১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিছে নিপন গোস্বামীয়ে।
আৰু দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকী
গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকীয়ে।
১৯৪৭ চনৰ চেপ্তেম্বৰত তেজপুৰ কলিবাৰীত জন্ম গ্ৰহণ কৰিছিল আৰু ৯ বছৰ বয়সতেই 'লাচিত বৰফুকন' নাটকত প্ৰথম অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে।
১০০ৰো অধিক ছবিত অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে
২০২১ বৰ্ষত ড. ভৱেন্দনাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হৈছিল আৰু আৱাহন থিয়েটাৰে এই বঁটাৰে সন্মানিত কৰে নিপন গোস্বামীক।
১৯৫৭ চনত পিয়লি ফুকনত শিশুশিল্পীৰ ভূমিকাত অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে।
'সংগ্ৰাম' বুলছবিত নায়কৰ ৰূপত প্ৰথম অভিনয় কৰিছিল।
এই মূহুৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ
আজি পুৱা ৯:১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা নিপন গোস্বামীয়ে।
গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।
আৰু দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকী
Comments
Post a Comment