ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ সফল অভিযান ।
👉ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ সফল অভিযান ।
👉জুৰীয়াৰ মেলাকাডিংগত অভিযান চলাই জুৰীয়া আৰক্ষীৰ এটা দলে জব্দ কৰে ড্ৰাগছৰ লগতে আটক কৰে এজন ড্ৰাগছ পেডলাৰক ।
👉জুৰীয়া আৰক্ষীয়ে আটক কৰা ড্ৰাগছ পেডলাৰটোৰ নাম ছফিৰ উদ্দিন।
👉ধৃত ছফিৰ উদ্দিনৰ পৰা আৰক্ষীয়ে ৫.৭২ গ্ৰাম ড্ৰাগছৰ লগতে ৫০ টা ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰে।
আৰক্ষীয়ে ড্ৰাগছ পেডলাৰটোক জেৰা অব্যাহত ৰাখিছে।
Comments
Post a Comment