তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনা। একেটা পৰিয়ালৰ তিনিগৰাকী গুৰুতৰ ভাৱে আহত।
তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনা। একেটা পৰিয়ালৰ তিনিগৰাকী গুৰুতৰ ভাৱে আহত।
@ তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনা ৷
@ তামুলপুৰ জিলা সদৰৰ তামুলপুৰ - নাগ্ৰীজুলি -ওডালগুৰি পথৰ সৌৰাগুৰিত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷
@ পথ দুর্ঘটনাত তামুলপুৰ অভিমুখে তীব্ৰবেগে আহি থকা A S - 01 - BB - 0708 নম্বৰৰ ৱাগণআৰ বাহন খন পথাৰ দ খাৱৈত সোমাই যায় ৷
@ কথমপি প্ৰাণ ৰক্ষা একেটা পৰিয়ালৰ তিনি যাত্ৰীৰ।
@ গুৰুতৰ ভাৱে আহত পৰিয়ালটোৰ তিনিগৰাকী লোক ৷
@ওডালগুৰিৰ পৰা বৰপেটালৈ বিয়া খাবলৈ আহি আছিল পৰিয়ালটো ৷
@ পৰিয়ালটোৰ ঘৰ ওডালগুৰি সদৰৰ ৰাখালপথত।
@আহত লোক কেইজন হৈছে নিখিলৰঞ্জন ওজা (৫৫), তেওঁৰ পত্নী জোনালী ওজা( ৪৫) আৰু সন্তান জ্ঞানদ্বীপ ওজা (১২)।
@ তিনিওকে স্থানীয় ৰাইজে আৰক্ষীৰ।সহযোগত উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰেৰণ কৰে।
@ প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ গুৰুতৰ ভাৱে আহত তিনিও জনক।
Comments
Post a Comment