ঠিকা ভিত্তিক কৰ্মচাৰীৰ অবস্থান ধৰ্মঘটৰ অব্যাহত* ।

ঠিকা ভিত্তিক কৰ্মচাৰীৰ   অবস্থান ধৰ্মঘটৰ অব্যাহত* ।

     *ডাৱৰীয়া বতৰৰ মাজতে আজি চতুৰ্থ দিনাও মৈৰাবাৰী উন্নয়ন খন্ডত প্ৰতিবাদ*

সমগ্ৰ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক  কৰ্মচাৰীৰ অবস্থান ধৰ্মঘট আজি চতুর্থ দিনতো অব্যাহত। 
#  আজি মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অধীনত কাম কৰা  ঠিকাভিত্তিক কৰ্মচাৰীৰ হিচাপে GRS, GPC, computer Assistant, AE আদিৰ কৰ্মচাৰী সমূহে  অবস্থান ধর্মঘটত বহাৰ লগতে কেইবাটাও দাবী উত্থাপনত অটল থাকে।
# কৰ্মচাৰীৰ সমূহে উত্থাপন কৰা দাবী কেইটা হল ক্ৰমে ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰক।
#সকলো কৰ্মচাৰীৰ R.O.Pৰ ব্যৱস্থা কৰক।
# সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰক।
#চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰক।
#বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা /যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিত কৰ্মচাৰীক বিভাগীয় ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদানৰ দাবীৰ লগতে বিভাগটোত
অসমৰ মাননীয় মূখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলিছে। 

লগতে ঠিকাভিত্তিক কৰ্মচাৰীৰ লগত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগৰ সন্দৰ্ভতো ক্ষোভ উজাৰে কৰ্মচাৰীৰ দলটিয়ে। 
 Byte: *ঠিকাভিত্তিক কৰ্মচাৰী*

Comments