নগাঁও জিলাৰ ধিংৰ বৰালিমাৰীত উত্তপ্ত পৰিস্থিতি
👉🏿নগাঁও জিলাৰ ধিংৰ বৰালিমাৰীত উত্তপ্ত পৰিস্থিতি
👉🏿২নং বৰালিমাৰীৰ মহিবুৰ ৰহমান নামৰ ৮ বছৰীয়া শিশুৰ মৃত্যুক লৈ এই উত্তেজনা
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ,অন্ধবিশ্বাস বলি হৈছে ৮ বছৰীয়া মহিবুৰ ৰহমান।
👉🏿ঠিকাদাৰ মহেন্দ্ৰ জৈনৰ গাফিলতিৰ কুফল ভোগ কৰিছে ফুলকমলীয়া শিশুটোৱে
👉🏿ধিংৰ ২নং বৰালিমাৰীত ঠিকাদাৰ মহেন্দ্ৰ জৈনে ১ কোটি ৮০ লাখ টকীয়া পানী যোগান আঁচনিটোৰ কাম আধৰুৱাত উন্মূক্ত অৱস্থাত ৰাখিছিল
👉🏿উন্মূক্ত পানী যোগান আঁচনিত নতুনকৈ বডিং কৰা গাতত উপঙি থকা অবস্থাত ৰহস্যজনক বাবে উদ্ধাৰ হয় দেৱ শিশুটোৰ
👉🏿বৰালীমাৰীত ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে।
Comments
Post a Comment