news

শুদ্ধ,সত্য আৰু নিৰপেক্ষ বাতৰিৰ প্ৰতিশ্ৰুতিৰে
আজি News অসম নামৰ পৰ্টেলৰ শুভ উম্নোচন কৰা হয় নগাওঁ জিলাৰ কটহগুৰিৰ মুখ্য কাৰ্যালয়ত| 

আমি লৈ আহিম গাৱে-ভূৱে,নগৰে চহৰে, অলিয়ে-গলিয়ে,চুকে-কুণে, লুকাই থকা আৰৰ বাতৰি| উম্নোচনত উপস্থিত থাকে মুখ্য অথিতি ড:খাইৰুল ইছলাম  অধ্যক্ষ কটহগুৰি মহাবিদ্যালয়। আমন্ত্ৰিত অথিতি হিচাপে লগত থাকে কটহগুৰি নিউ PHC ভাৰপ্ৰাপ্ত ডাঃ মতিবুৰ ৰহমান । (কাৰ্য্যলয় শুভ উদ্ধোধন কৰে ড.খাইৰুল ইছলাম চাহাবে আৰু চেনেল উম্নোচন কৰে ড: খাইৰুল ইছলাম ,ডাঃ মতিবুৰ ৰহমান ,প্ৰাক্তন জিলা পৰিশদৰ সদস্যা, আনোৱাৰা চুলতানা বেগম নিউজ অসমৰ সভাপতি ছিৰাজ উদ্দিন , নিউজ চেনেলৰ প্ৰতিষ্টাপক ৰিবুল হক আৰু সমাজৰ বিশিষ্ট  গন্য মান্য ব্যক্তি উপস্থিত থাকে ।

Comments