নগাঁও কচুৱা আৰক্ষীৰ অভিযান।কচুৱা গেৰজাইপামৰ পৰা বহু পৰিমানৰ অবৈধ সুৰা জব্দ।কচুৱাৰ আজিত বৰ্মন নামৰ যুৱক জনে দীৰ্ঘ দিন ধৰি চলাই আহিছিল সুৰাৰ ৰমৰমীয়া ব্যৱসায়। কচুৱা আৰক্ষীয়ে সুৰাসহ আটক কৰিছে অজিত বৰ্মণক।

 


নিশা কচুৱা আৰক্ষীৰ এক অভিযান।


অভিযানত কচুৱা গেৰজাইপামৰ পৰা বহু পৰিমানৰ IMFL ৰ সুৰা উদ্ধাৰ কৰে।


কচুৱা ৰ আজিত বৰ্মন নামৰ যুৱক জনে বহু দিনৰ পৰাই চলাই আহিছিল সুৰাৰ ৰমৰমীয়া ব্যৱসায়। 


ইয়াৰ আগতেও বহুবাৰ আৰক্ষীয়ে অভিযুক্ত অজিত বৰ্মনৰ পৰা সুৰাৰ লগতে নিচাজাতীয় দ্ৰব্য উদ্ধাৰ কৰিছিল।


বৰ্তমান কচুৱা আৰক্ষীয়ে সুৰাসহ অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে।

Comments