মৰিগাঁৱৰ জাগীৰোডত অসমৰ প্ৰাক্তন মূখ্য মন্ত্রী তথা বৰ্তমানৰ কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোনোৱাল আৰু সাংসদ তথা কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰ জন আশীর্বাদ যাত্রা

মৰিগাঁৱৰ জাগীৰোডত অসমৰ প্ৰাক্তন মূখ্য মন্ত্রী তথা বৰ্তমানৰ কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোনোৱাল আৰু  সাংসদ তথা কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰ জন আশীর্বাদ যাত্রা

 অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ত্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী মাননীয় শ্ৰীযুত সৰ্বানন্দ সোনোৱালৰ লগতে সাংসদ তথা কেন্দ্রীয় মন্ত্রী  ৰামেশ্বৰ তেলীয়ে আজি  জাগীৰোডত উপস্থিত হয়। আৰু তাৰ পৰাই একাদিক্ৰমে মৰিগাঁও জিলাৰ জাগীৰোড, সীতা জখলা, পলাশগুৰি, ধৰমতুল, জোঙাল  আদি ঠাইত জন আশীর্বাদ যাত্রাত যোগদান  কৰে।  আমি তাৰেই কিছু মৰিগাঁও জিলাৰ জাগীৰোডৰ কিছু দৃশ্য দেখুৱাইছো। 

Comments