বহি:ৰাজ্যৰ অচিনাকি মহিলা এগৰাকী শিলচৰ জিলা উপযুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত উদ্ধাৰ।।

 বহি:ৰাজ্যৰ অচিনাকি মহিলা এগৰাকী শিলচৰ জিলা উপযুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত উদ্ধাৰ।। 


বহি:ৰাজ্যৰ অচিনাকি মহিলা এগৰাকী শিলচৰ জিলা উপযুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত উদ্ধাৰ। জানিব পৰা মতে বহি:ৰাজ্যৰ অচিনাকী মহিলা গৰাকী শিলচৰ জিলা উপযুক্ত কাৰ্য্যলয়ৰ সন্মুখত শুই থকা দেখা পাই স্থানীয় লোকে।স্থানীয় লোকে শুধ পুচ কৰাত মহিলা গৰাকীৰ নাম অনামিকা বৰমন আৰু তেওঁ বহি:ৰাজ্যৰ ৰাজস্থানত ঘৰ,মহিলা গৰাকী দুই তিন দিন ধৰি নোখোৱা অৱস্থাত দেখা পাই স্থানীয় ৰাইজে। মহিলা গৰাকী কিছু অজ্ঞান হৈ পৰাত  লগে লগে  সমাজ সেৱক ছুবিৰ ধৰ, সুৰজ,মিণা্ংকু,অৰ্জন,
পাপ্পু,আৰু অনুপম নামৰ লোক কেইজনে শিলচৰ সদৰ থানাৰ আৰক্ষীক অৱগত কৰে।লগে লগে আৰক্ষিয়ে S M dev  civil hospital অত চিকিৎসা ও কভিড পৰিক্ষা কৰি স্বাধৰ গূহত চমজাই দিয়ে। আৰু কনোবাই যদি মহিলা গৰাকীৰ চিনাক্তকৰন হয় তেন্তে মহিলা গৰাকীৰ পৰিয়ালবৰ্গক অবগত কৰাবলৈ অনৰুধ জনাই আৰু পৰিয়ালবৰ্গই শিলচৰ স্বাধৰ গূহৰ কূতপক্ষৰ লগত যোগাযোগ কৰিবলৈও অনুৰোধ জনাই ।
শিলচৰৰ পৰা সোৰজিৎ চক্ৰৱৰ্তী ৰ ৰিপৰ্ট নিউজ অসম ।।।।

Comments