বঢ়মপুৰ সমষ্টিৰ কামপুৰত সচেতন মহিলাৰ প্রতিবাদ

বঢ়মপুৰ সমষ্টিৰ কামপুৰত  সচেতন মহিলাৰ প্রতিবাদ


বঢ়মপুৰ সমষ্টিৰ BJP বিধায়ক জিতু গোস্বামীৰ বাসগৃহ ঘেৰাও কৰাক কেন্দ্ৰ কৰি আজি কামপুৰত  প্ৰতিবাদ সাব্যস্ত কৰে কামপুৰৰ সচেতন মহিলাই
 কেইদিনমান আগত  বিধায়ক গোস্বামীৰ ঘৰ ঘেৰাও কৰে জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ; কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও সংগঠনে। 
 ইয়াৰ প্রত্যোত্তৰত আজি কামপুৰত কামপুৰৰ সচেতন মহিলা সকলে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।প্ৰতিবাদী মহিলা সকলে BJP নেতা "জিতু গোস্বামী জিন্দাবাদ" আৰু " BJP জিন্দাবাদ" ধ্বনি দি কামপুৰৰ পৰিবেশ উত্তাল কৰি তোলে।

Comments