আজি শিলচৰ কাটিগড়া সমষ্টিৰ বহুতো ঠাইত আধাৰশিলা স্থাপন,বিজেপিৰ সাংসদ মাননীয় ৰাজদীপ ৰাই ডাঙৰীয়া।

:আজি শিলচৰ কাটিগড়া সমষ্টিৰ বহুতো ঠাইত  আধাৰশিলা স্থাপন,বিজেপিৰ সাংসদ মাননীয় ৰাজদীপ ৰাই ডাঙৰীয়া।

 প্ৰধানমন্ত্ৰী গ্ৰাম সৰক যোযনাৰ অধীনত কাটিগড়া সমষ্টিত আধাৰশিলা স্থাপন কৰে বিজেপিৰ সাংসদ শ্ৰী ৰাজদীপ ৰাই ডাঙৰীয়াই আৰু  উপস্থিত থাকে কাটিগড়াৰ বিধায়ক মাননীয় খলিল উদ্দীন মজুমদাৰ ডাঙৰীয়া,কাছাৰ জিলাৰ বিজেপি সভাপতি বিমালেনডু ডাঙৰীয়া,সাংসদ প্ৰতিনিধি পুলাক দাচ ,SC মৰ্চাৰ ৰাজ্যৰ সহ সভাপতি নিবাচ দাচ ,মণ্ডলৰ সহ সভাপতি ছোবৰাতা চক্ৰৱৰ্তী, ৰাজ্য পৰিষদৰ সদস্য ভুপেন্দ বৈষ্ণৱ। 


Comments