প্ৰকৃতি সেউজীয়া কৰাৰ বাবে নুমলিগড় তেল শোধনাগাৰ বিশেষ পদক্ষেপ।

প্ৰকৃতি সেউজীয়া কৰাৰ বাবে নুমলিগড় তেল শোধনাগাৰ বিশেষ পদক্ষেপ।

প্ৰকৃতি সেউজীয়া কৰাৰ বাবে বিশেষ পদক্ষেপ লৈছে নুমলিগড় শোধনাগাৰে।উল্লেখ্য যে নগাৱৰ  কঠিয়াতলী বন আঞ্চলিক কাৰ্যলয়ৰ অধিনত কন্দলী বিট অফিচৰ অন্তুৰ্গত ৩৫ হেক্টৰ মাটিত গছপুলি ৰোপনৰ কাম হাতত লৈছে নুমলিগড় শোধনাগাৰে।আজি এই সম্পৰ্কত অসম চৰকাৰৰ বন বিভাগ আৰু আৰু নুমলিগড় শোধনাগাৰ কতৃপক্ষৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়।এই সম্পকত আনুস্থিত অনুস্থানত উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী;NRL কতৃপক্ষৰ জেনেৰেল মেনেজাৰ ধীৰেন সন্দিকৈ;বিমলেশ গুপ্তা; দিলোৱাৰ  হুছেইন ;নগাঁও জিলাৰ বনবিষয়া ভাস্কৰ ডেকা;w w Fৰ প্ৰনব বৰা;L B C S কুলেন ডেকা; তিৱা স্মায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ ;ৰাজ্যিক বি জি পিৰ সদস্য বাবুল বৰা কঠিয়াতলী মণ্ডল বি জে পিৰ সভাপতি চন্দন বৰা ;বি জে পি নেতা  বিজু ৰাউতিয়া ;ৰাতুল শইকীয়া আদি উপস্থিত থাকে।

Comments