অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ বাবে সদৰ ছাত্র সন্থাই মৰিগাঁৱৰ মাজমজিয়াত বিক্ষোভ প্ৰতিবাদ।
অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ বাবে সদৰ ছাত্র সন্থাই মৰিগাঁৱৰ মাজমজিয়াত বিক্ষোভ প্ৰতিবাদ।
ৰাজ্য জুৰি অব্যাহত আছে কৰ'ণাৰ ঢৌৰ জুৰুলাময় পৰিবেশ। এই পৰিবেশে ইতিমধ্যে জুৰুলা কৰিছে দেশ আৰু ৰাজ্যৰ অৰ্থনীতি।ইয়াৰ মাজতে হুৰাহুৰে বৃদ্ধি পাবে ধৰিছে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য । আৰু এই মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত আজি মৰিগাঁও সদৰ ছাত্ৰ সন্থাই সভাপতি আৰু সাধাৰণ সম্পাদকৰ নেতৃত্বত মৰিগাঁও জিলাত এক মানৱ শৃংখল প্ৰতিবাদ সাব্যস্ত কৰে।
Comments
Post a Comment