ফুলনিত চোৰৰ চাফাই অভিযান।ঘৰৰ বেৰ তথা ফেনচিং ভাঙি চোৰৰ প্ৰৱেশ
GFX:- *ফুলনিত চোৰৰ চাফাই অভিযান*
GFX:- *মাজ নিশা ফুলনিত চোৰৰ তাণ্ডৱ*
GFX:- *ঘৰৰ বেৰ তথা ফেনচিং ভাঙি চোৰৰ প্ৰৱেশ*
ANCHOR:- কাৰ্বি আংলং জিলাৰ ফুলনিত মাজ নিশা সংঘটিত হৈছে এক চোৰৰ চুৰি কাৰ্য ।https://www.facebook.com/newsassam.official/
ফুলনিৰ পুনম গুপ্তাৰ ঘৰত চোৰে ঘৰৰ বেৰ তথা ফেনচিং ভাঙি প্ৰৱেশ কৰে ।
ঘৰত মানু্হ নথকাৰ সুযোগ লৈ চুৰে চলাই চাফাই অভিযান ।
গৃহস্থৰ ভাষ্য অনুসৰি যোৱা দুদিন মান ধৰি ঘৰ খনত কোনো মানু্হ নাছিল ।
গৃহস্থ গৈছিল পৰিয়ালবৰ্গৰ ঘৰলে ।
তাৰেই এক সুবিধা লৈ মাজ নিশা পুনম গুপ্তাৰ ঘৰত চুৰে চুৰি কাণ্ড সংঘটিত কৰে ।
ঘৰৰ কিছু কাপোৰ-কানিকে ধৰি টকা-পইচা সহ বহুতো মূল্যৱান সা-সামগ্ৰী চুৰে লুটি লৈ যায় ।
লগতে চুৰে ঘৰৰ সকলো বস্তু লণ্ড-ভণ্ড কৰি থৈ যায় ।
জানিব পৰা মতে এইবাৰেই প্ৰথম ঘটনা নহয় এইবাৰকে ধৰি দুই-তিনিবাৰ চুৰি ঘটনা সংঘটিত হৈছে পুনম গুপ্তাৰ ঘৰত ।
চুৰ যদিও স্থানীয় তথাপিও এতিয়ালৈকে চুৰক চিনিব পৰা হোৱা নাই ।
বাইট:- আত্মীয় ।
*কাৰ্বি আংলং ফুলনিৰ পৰা নেত্ৰ কমল শৰ্মাৰ ৰিপোৰ্ট নিউজ অসম

Comments
Post a Comment