নগাঁও জিলাৰ কঠিয়াতলীৰ মাজমজিয়াত প্ৰকাণ্ড গাঁত।
নগাঁও জিলাৰ কঠিয়াতলীৰ মাজমজিয়াত প্ৰকাণ্ড গাঁত।
এজাক বৰষুনতে একাঠু পৰ্য্যন্তু পানী বিধায়ক জিতু গোস্বামীক প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।উল্লেখ্য যে ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বামুনীলৈ যোৱা পথটোৰ কঠীয়াতলী মাজমজিয়াত থকা এটা প্ৰকাণ্ড গাতে ৰাইজে জ্বলা কলা খুৱাইছে ৰাইজক।বঢ়মপুৰ সমষ্টিৰ বিধায়ক হোৱাৰ পিছত জিতু গোস্বামীয়ে পথটোৰ বিধস্ত ঠাই সমূহ মেৰামতিৰ আশ্বাস দিছিল যদিও মেৰামতি নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।
Comments
Post a Comment