বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলিত BJP কৰ্মীৰ প্রতিবাদ।
বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলিত BJP কৰ্মীৰ প্রতিবাদ
BJP বিধায়ক জিতু গোস্বামীৰ বাসগৃহ ঘেৰাও কৰাক কেন্দ্ৰ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।
আজি দিনৰ ভাগত বিধায়ক গোস্বামীৰ ঘৰ ঘেৰাও কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও সংগঠনে।
ইয়াৰ প্রত্যোত্তৰত কেইবাজনো BJP নেতা "জিতু গোস্বামী জিন্দাবাদ" আৰু " BJP জিন্দাবাদ" ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে।
Comments
Post a Comment